Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                
সমললৈ যাওক

ফল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিছুমান ফল

উদ্ভিদবিজ্ঞানৰ মতে ফল হৈছে সপুষ্পক উদ্ভিদৰ ফুল ফুলাৰ পিছত গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা বীজ-বহনকাৰী গঠন।

সপুষ্পক উদ্ভিদে ফলৰ দ্বাৰা বীজৰ বিস্তাৰ কৰে। খোৱা ফলসমূহৰ বাবে মানুহ আৰু অন্য জীৱ-জন্তু উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল।[1] বিশ্বৰ বিভিন্ন প্ৰান্তত বহুল ভিত্তিক ফলৰ খেতি কৰা হয়। কিছুমান ফলৰ সাংস্কৃতিক আৰু সাংকতিক মূল্য উল্লেখনীয়।

সাধাৰণ ভাষাত, "ফল" বুলিলে উদ্ভিদৰ বীজ-যুক্ত মিঠা বা টেঙা আৰু কেঁচাকৈ খাব পৰা গঠনক বুজায়, যেনে আপেল, কল, আঙুৰ, নেমু, কমলা, আৰু মাটিকঁঠাল আদি। আনহাতে, উদ্ভিদবিদ্যাৰ মত, "ফল" বুলিলে সাধাৰণতে ফলৰ ভিতৰত নধৰা, যেনে বিন, ধান, আলু, আৰু গম আদিকো বুজায়।[2][3] ভেঁকুৰৰ ৰেণু সৃষ্টি কৰা অংগকো উদ্ভিদবিদ্যাত ফলৰ ভিতৰত ধৰা হয়।[4]

বীজহীন ফল[সম্পাদনা কৰক]

কিছুমান বীজহীন ফল

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]