Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                
সমললৈ যাওক

ৱিকিপিডিয়া:নকলৰ পুৰীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চমুপথ:
WP:CHEAT

ৱিকিপিডিয়া নকলৰ পুৰীয়া

পৃষ্ঠাৰ যিকোনো ঠাইতে কাম কৰিব
বিৱৰণ টাইপ কৰক ফলাফল
হেলনীয়া পাঠ্য

''হেলনীয়া''

হেলনীয়া

গাঢ় পাঠ্য

'''গাঢ়'''

গাঢ়

গাঢ় আৰু হেলনীয়া পাঠ্য

'''''গাঢ় আৰু হেলনীয়া'''''

গাঢ় আৰু হেলনীয়া

আন ৱিকিপিডিয়া পৃষ্ঠালৈ সংযোগ

[[পৃষ্ঠাৰ নাম]]
[[পৃষ্ঠাৰ নাম|দেখা যাবলগীয়া পাঠ]]

পৃষ্ঠাৰ নাম
দেখা যাবলগীয়া পাঠ

চিত্ৰ সংযোগ

[[File:Wiki.png|thumb|alt=বিকল্প পাঠ|ছবিৰ কেপচন]]

Alt text
ছবিৰ কেপচন
ৱিকিপিডিয়াৰ কোনো শ্ৰেণীত পৃষ্ঠা যোগ [[শ্ৰেণী:শ্ৰেণীৰ নাম]] শ্ৰেণীৰ নাম পৃষ্ঠাখনৰ তলত ৰাখিব লাগে। পৃষ্ঠাখন প্ৰাক্‌দৰ্শন কৰিলে বা সাঁচি ৰাখিলে তলত শ্ৰেণীৰ নাম দেখা যাব।
স্বাক্ষৰ
আলোচনা পৃষ্ঠাত কিবা কথা লিখিলে নিজৰ স্বাক্ষৰ কৰক
প্ৰবন্ধৰ বৰঙণিৰ তলত কিন্তু স্বাক্ষৰ নকৰিব !

~~~~

সদস্যনাম (কথা-বতৰা) 20:23, 31 August 2024 (UTC)

সাঁচ ব্যৱহাৰ কৰক

{{Example}}

এইটো সাঁচৰ এটা উদাহৰণহে। সাঁচৰ ক্ষেত্ৰত সহায়ৰ বাবে সাঁচৰ সহায় পুথি চাওক।


কেৱল শাৰীৰ আৰম্ভণিতহে কাম কৰিব
বিৱৰণ টাইপ কৰক ফলাফল
আন পৃষ্ঠালৈ পুনঃনিৰ্দেশনা
প্ৰথম শাৰীৰ আৰম্ভণিতে পুনঃনিৰ্দেশনাটো ৰাখিব লাগিব।

#REDIRECT [[গন্তব্য পৃষ্ঠা]]

গন্তব্য পৃষ্ঠা

আন পৃষ্ঠাৰ নিৰ্দিষ্ট অনুচ্ছেদলৈ পুনঃনিৰ্দেশনা
প্ৰথম শাৰীৰ আৰম্ভণিতে পুনঃনিৰ্দেশনাটো ৰাখিব লাগিব।

#REDIRECT [[গন্তব্য পৃষ্ঠা#অনুচ্ছেদৰ নাম]]

গন্তব্য পৃষ্ঠা#অনুচ্ছেদৰ নাম

অনুচ্ছেদৰ শিৰোনামা
প্ৰবন্ধত চাৰিটা শিৰোনামা যোগ কৰিলে বিষয়বস্তুৰ তালিকা এখন আপোনাআপুনি তৈয়াৰ হয়।
=প্ৰথম স্তৰ= ব্যৱহাৰ নকৰিব; ই পৃষ্ঠাৰ নামৰ বাবে সংৰক্ষিত।

==দ্বিতীয় স্তৰ==
===তৃতীয় স্তৰ===
====চতুৰ্থ স্তৰ====
=====পঞ্চম স্তৰ=====
======ষষ্ঠ স্তৰ======

দ্বিতীয় স্তৰ

তৃতীয় স্তৰ

চতুৰ্থ স্তৰ

পঞ্চম স্তৰ
ষষ্ঠ স্তৰ
বুলেটেড় তালিকা

* এক
* দুই
** দুই দশমিক এক
* তিনি

  • এক
  • দুই
    • দুই দশমিক এক
  • তিনি
সাংখ্যিক তালিকা

# এক
# দুই
## দুই দশমিক এক
# তিনি

  1. এক
  2. দুই
    1. দুই দশমিক এক
  3. তিনি
শাৰীৰ আৰম্ভণিত খালী ঠাই এৰা
আলোচনা পৃষ্ঠাত কোনো উত্তৰ দিলে এইটো ব্যৱহাৰ কৰিব পাৰি, তেতিয়া আলোচনা অনুসৰণ কৰিবলৈ সুবিধা হয়।

খালী ঠাই নাই (সাধাৰণ অৱস্থা)
:খালী ঠাই আছে
::অধিক খালী ঠাই
:::আৰু অধিক খালী ঠাই

খালী ঠাই নাই (সাধাৰণ অৱস্থা)

খালী ঠাই আছে
অধিক খালী ঠাই
আৰু অধিক খালী ঠাই
তথ্যসূত্ৰ যোগ

কোনো ৱেবচাইট বা কিতাপৰ উদ্ধৃতি দিবলৈ পুৰীয়া
নতুন সদস্যৰ বাবে তথ্যসূত্ৰ

পৃষ্ঠাত কোনো তথ্যসূত্ৰ যোগ দিলে নিজে নিজে সজ্জ্জা ঠিক হ'ব।

নমস্কাৰ<ref>অসমীয়া বিশ্বকোষ</ref> ৰাইজ।<ref>http://www.w3.org/</ref>

তথ্যসূত্ৰ: <references />

নমস্কাৰ[1] ৰাইজ।[2] তথ্যসূত্ৰ:

  1. অসমীয়া বিশ্বকোষ
  2. http://www.w3.org/

অতিৰিক্ত তথ্য

ৱিকি চিহ্নসমূহ (পি.ডি.এফ্. ডাউনল'ড)