Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                
সমললৈ যাওক

২৪ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

২৪ নৱেম্বৰ (ইংৰাজী: 24 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২৮তম (অধিবৰ্ষত ৩২৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৫৯ - বিজ্ঞান সাহিত্যৰ বিখ্যাত গ্ৰন্থ চাৰ্লছ ডাৰউইনপ্ৰজাতিৰ উৎপত্তি(On the origin of Species) প্ৰকাশ পায়।
  • ১৬২২ - লাচিত বৰফুকন, আহোম সেনাপতি।
  • ১৮৬৭ - ৰজনীকান্ত বৰদলৈ, ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতৃ-পুৰুষ।
  • ১৮৭১ - পদ্মনাথ গোহাঞি বৰুৱা, অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি।
  • ১৮৮৮ - ডেল কাৰ্নেগী, আমেৰিকান লেখক আৰু প্ৰবক্তা।
  • ১৯৬১ - অৰুন্ধতী ৰয় প্ৰসিদ্ধ লেখিকা। তেওঁৰ সম্পূৰ্ণ নাম সুজন্না অৰুন্ধতী ৰয়অৰুন্ধতী ৰয় তেওঁৰ উপন্যাস "দ্য গড অব্ স্মল থিংছ (১৯৯৭)"ৰ বাবে সৰ্বাধিক পৰিচিত, যি ১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰিছিল আৰু এগৰাকী অনা-প্ৰবাসী ভাৰতীয় লেখকৰ দ্বাৰা সৰ্বাধিক বিক্ৰী হোৱা কিতাপ হিচাপে পৰিগণিত হৈছিল। তেওঁ এগৰাকী মানৱ অধিকাৰ আৰু পৰিবেশ কৰ্মী হোৱাৰ লগতে এগৰাকী ৰাজনৈতিক কৰ্মীও।
  • ১৯৭৬ - অংগৰাগ মহন্ত, অসমীয়া কণ্ঠশিল্পী।
  • ১৯৮৪ - নীনা গুপ্তা, ভাৰতীয় গণিতজ্ঞ।
  • ১৯৯০ - প্ৰিঞ্চ নাৰুলা, ভাৰতীয় মডেল আৰু অভিনেতা।
  • ২০০১ - অচিন্ত্য শিউলি, ভাৰতীয় ভাৰোত্তোলনকাৰী।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]