৬ জুন (ইংৰাজী : 6 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৫৭তম (অধিবৰ্ষ ত ১৫৮তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৮টা দিন বাকী থাকে।
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৯৯৩ - চাইবেৰিয়াৰ ৪৬০জন শৰণাৰ্থীক গণহত্যা, তাৰে ভিতৰত অধিকাংশই নাৰী আৰু শিশু।
১৯৯৪ - কলম্বিয়াত ভয়াবহ ভূমিকম্পত ১ হাজাৰ মানুহ নিহত।
১৮৫১ - এঞ্জেলো মৰিঅণ্ডো , ইটালীৰ উদ্ভাৱক।
১৮৭৪ - থমাছ মান , জাৰ্মানী কথাশিল্পী।
১৮৯০ - লোকপ্ৰিয় গোপীনাথ বৰদলৈ , অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি।
১৯২৯ - সুনীল দত্ত, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু ৰাজনীতিবিদ। (মৃত্যু: ২০০৫)
১৯৪০ - ৰমেন বৰুৱা , অসমীয়া সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী।
১৯৬৮ - ষ্টিভেন জনছন , আমেৰিকান বিজ্ঞান লেখক।
১৯৭৯ - ভিতালী দাস , অসমীয়া সঙ্গীত শিল্পী। (মৃত্যু: ২১ এপ্ৰিল , ২০২১)
১৯৮৮ - নেহা কক্কৰ, বলিউডৰ গায়িকা।
১৮৩২ - জেৰেমি বেন্থাম, ইংৰাজ দাৰ্শনিক, আইনবিদ আৰু সমাজ সংস্কাৰক। (জন্মঃ ১৭৪৮)
১৯৯৯ - ৰাজেন ৰাভা , অসমীয়া শিক্ষক, সাহিত্যিক, সমাজ সেৱক।
২০১৬ - ভিক্টৰ কৰ্চনই, চোভিয়েট ইউনিয়নৰ বিখ্যাত গ্ৰেণ্ডমাষ্টাৰ দবা খেলুৱৈ আৰু লেখক আছিলে। (জন্মঃ ১৯৩১)
২০১৮ - কিৰা মুৰাট'ভা , ইউক্ৰেনীয়ান চলচ্চিত্ৰ পৰিচালক।