Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                
সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া লিপিস্বৰবৰ্ণৰ ষষ্ঠ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঊ'-ক এনেদৰে ⠳ (braille pattern dots-1256) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঊ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঊ'ৰ গৌণ প্ৰতীক। 'ঊ'ৰ এই ৰূপ হ'ল 'ূ'।[3] যেনে ক্+ঊ= কূ আদি।

ইউনিক’ড

[সম্পাদনা কৰক]
ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+098A U+098A BENGALI LETTER UU
গৌণ ৰূপ U+09C2 U+09C2 BENGALI VOWEL SIGN UU

'ঊ' বৰ্ণৰে পৰা আৰম্ভ হোৱা শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]
  • ঊণ
  • ঊণহাৰ
  • ঊণী
  • ঊনবিংশ
  • ঊদফাই
  • ঊধা-মূধা
  • ঊধস্য
  • ঊষা
  • ঊষাপুৰ

ঊ-কাৰ যুক্ত শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. xobdo.org search result of স্বৰবৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
  4. বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)