Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                
সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া লিপিস্বৰবৰ্ণৰ অষ্টম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'এ'ও এটি স্বৰধ্বনি, সেয়েহে 'এ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'এ'-ক এনেদৰে ⠑ (braille pattern dots-15) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'এ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'এ'ৰ গৌণ প্ৰতীক। 'এ'ৰ এই ৰূপ হ'ল 'ে'।[3] যেনে- ক্+এ=কে আদি।

ইউনিক’ড

[সম্পাদনা কৰক]
ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+098F U+098F BENGALI LETTER E
গৌণ ৰূপ U+09C7 U+09C7 BENGALI VOWEL SIGN E

'এ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]

এ-কাৰ যুক্ত শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. xobdo.org search result of স্বৰবৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
  4. বাংলা ইউনিক’ড তালিকা (পি.ডি.এফ.)