ট
অৱয়ব
ট |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ট অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ট'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ট' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]স্বৰবৰ্ণ | 'ট'ৰ লগত যোগ হ'লে |
---|---|
অ | ট |
আ | টা |
ই | টি |
ঈ | টী |
উ | টু |
ঊ | টূ |
ঋ | টৃ |
এ | টে |
ঐ | টৈ |
ও | টো |
ঔ | টৌ |
যুক্তবৰ্ণ (ট যোগ)
[সম্পাদনা কৰক]ট + ট = ট্ট = অট্টালিকা
ট + য = ট্য = নাট্যকাৰ
ট + ৰ = ট্ৰ = ট্ৰাক
'ট'ৰে আৰম্ভ হোৱা শব্দ
[সম্পাদনা কৰক]- টকা
- টকল
- টাং-গুট
- টপাটপ
- টনা
- টিনপাট
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ