ঔ
অৱয়ব
ঔ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ঔ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ একাদশ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঔ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঔ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঔ এটা দ্বিস্বৰ, ঔ=অ+উ।[2] ব্ৰেইল্ত 'ঔ'-ক এনেদৰে লিখা যায়।[3]
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঔ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঔ'ৰ গৌণ প্ৰতীক। 'ঔ'ৰ এই ৰূপ হ'ল 'ৌ'।[4] যেনে ক্+ঔ=ৌ আদি।
ইউনিক’ড
[সম্পাদনা কৰক]ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[5] |
---|---|---|---|---|
স্বতন্ত্ৰ ৰূপ | ঔ | ঔ | U+0994 |
ASSAMESE LETTER AU |
গৌণ ৰূপ | ৌ | ৌ | U+09CC |
ASSAMESE VOWEL SIGN AU |
'ঔ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]ঔ-কাৰ যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ অসমীয়া বৰ্ণমালা-- স্বৰবৰ্ণৰ মতে
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)